নিউজ ডেস্ক: অসম ঔদ্যোগীকৰণৰ ক্ষেত্রত আগবাঢ়ি যাবলৈ আৰু এখোজ সক্ষম হৈছে। শনিবাৰে জনতা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি অইল ইণ্ডিয়া লিমিটেড (OIL) আৰু অসম গেছ কোম্পানী লিমিটেড (AGCL) -ৰ মাজত এটা নতুন যৌথ উদ্যোগ কোম্পানী নির্মাণৰ বাবে বুজাবুজিৰ চুক্তি(MoU) স্বাক্ষৰ সম্পন্ন হয়। যৌথ উদ্যোগ স্থাপনৰ মুখ্য উদ্দেশ্য হৈছে ৰাজ্যখনত ফছিল ইন্ধনৰ ঠাইত সেউজ […]