নিউজ ডেস্কঃ এফালে ‘অগ্নিপথ’ আঁচনিক লৈ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী আন্দোলন আনফালে, অগ্নিবীৰত ভৰ্তি হ’বলৈ উঠি পৰি লাগিছে একাংশ। ‘অগ্নিপথ’ আঁচনিত নিযুক্তি অধিসূচনা জাৰী কৰাৰ ছয় দিনৰ ভিতৰতে বায়ুসেনাত ভৰ্তিৰ বাবে প্ৰায় দুই লাখতকৈও অধিক যুৱক-যুৱতীয়ে আবেদন কৰিছে। প্ৰথম বছৰত ভাৰতীয় বায়ু সেনাই অগ্নিপথ আঁচনিত মাত্ৰ ৩,০০০ যুৱক-যুৱতীকহে নিযুক্তি দিব। অগ্নিপথ আঁচনিত নিযুক্তি প্ৰক্ৰিয়া ৫ […]