আপোনালোকে অগ্নিপথত আৱেদন কৰিলেনে? দেশৰ যিসকল যুৱক-যুৱতীয়ে দেশৰ সেৱা কৰিবলৈ ইচ্ছুক তেওঁলোকে কেনেকৈ এই অগ্নিপথত আৱেদন কৰিব পাৰে অনলাইনযোগে তাৰ বিষয়ে তলত উল্লেখ কৰা হৈছে। অগ্নিপথত আৱেদন কৰিবলৈ পোন প্ৰথমতে আপোনালোকে এই https://joinindianarmy.nic.in/ ৱেবছাইটটোত খুলি ল’ব। ৱেবছাইটটো খোলাৰ লগে লগে আপোনালোকৰ মোবাইল বা লেপটপত এইখন পেজ দেখা পাব। পেজখনত Agnipath ত গৈ User Registration ত […]