Posted inঅসম

‘অগ্নিবীৰ’ সকলক অসম আৰক্ষীত পোনপটীয়াকৈ নিযুক্তি দিয়া হ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটীঃ দেশজুৰি ‘অগ্নিপথ’ আঁচনিক লৈ চলি থকা প্ৰতিবাদৰ মাজতে শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এক বিশেষ ঘোষণা। ‘অগ্নিবীৰ’ সকলে অসম আৰক্ষীত পোনপটীয়াকৈ নিযুক্তি লাভ কৰিব। অৰ্থাত ‘অগ্নিবীৰ’ সকলে চাৰিবছৰীয়া কাৰ্যকাল সমাপ্ত কৰাৰ পিছত অসম আৰক্ষীত পোনে পোনে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে এক সংবাদমেলত এই সন্দৰ্ভত উল্লেখ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় […]