মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল কৰাৰ পিছত পৰীক্ষাৰ ফলাফল কি সুত্ৰৰ আধাৰত হ’ব সেই সম্পৰ্কে নীতি প্ৰস্তুত কৰিবলৈ ৰাজ্যৰ শিক্ষাবিভাগে ঘোষণা কৰিলে দুখন কমিটিৰ সদস্য সকলৰ নাম।ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল কিদৰে প্ৰদান কৰিব সেই বিষয়ে আৰ্হি প্ৰস্তুত কৰিবলৈ গঠন কৰিছে কমিটি দুখন।হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীক কিদৰে ফলাফল প্ৰদান কৰিব […]