Posted inঅসম

ৰাজ্যজুৰি পালন হ’ল মে-ডাম-মে-ফি

নিউড ডেস্কঃ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে বুধবাৰে ৰাজ্যজুৰি টাই-আহোম সকলে পালন কৰে পৱিত্ৰ মে-ডাম-মে-ফি উৎসৱ । এইবাৰৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ নাহৰকটিয়াৰ টিপাম সোণালী পাহাৰত কেন্দ্ৰীয় ভাৱে মে-ডাম-মে-ফি উৎসৱ আয়োজন কৰে । পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, আহোমসকলৰ […]