গুৱাহাটীঃ ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৮৩.৮৪ শতাংশ। এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ১,৫৬,১০৭ গৰাকী পৰীক্ষাৰ্থী। উত্তীৰ্ণ হৈছে ১,৩০,৩২৪ গৰাকী। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৯,৪৮৭ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৫২,৯৪৪ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৪৭,৮৯৩ গৰাকী পৰীক্ষাৰ্থী। এই […]