Posted inঅসম

শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ পৰীক্ষা কেন্দ্ৰসমূহৰ বিষয়ালৈ

গুৱাহাটী : ২০২১ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে এক গুৰুত্বপূৰ্ণ জাননী পৰীক্ষা কেন্দ্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ প্ৰেৰণ কৰিছে। এএইচএছইচি/ইএক্সবি/এইচএছ ছেকেণ্ড ইয়েৰ/২০১১৩৩ নম্বৰৰ নিৰ্দেশনা যোগে পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে পৰীক্ষা কেন্দ্ৰ সমূহৰ ভাৰপ্ৰাপ্ত বিষয়াক জনাইছে যে জুলাই-আগষ্টৰ ভিতৰত এই পৰীক্ষা অনুষ্ঠিত কৰিব। নিৰ্দিষ্টকৈ তাৰিখ উল্লেখ নকৰিলেও সকলো পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক ৪০০ তকৈ অধিক পৰীক্ষাৰ্থী […]