Posted inঅসম

বিধায়ক পদ ত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে, বিজেপিত যোগদানৰ যো জা

মৰিয়নী বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক তথা চাহ জনগোষ্ঠীৰ পৰা কংগ্ৰেছ দলৰ একমাত্ৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰি অনুষ্ঠানিকভাৱে বিধায়ক পদৰ পৰা পদত্যাগ কৰে। ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগ কংগ্ৰেছ দলৰ বাবে মোক্ষম আঘাত। কুৰ্মীৰ পদত্যাগৰ ফলত কংগ্ৰেছ দল চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিধায়ক হীন হল। বিধায়ক পদ ত্যাগ কৰি […]