নিউজ ডেস্কঃ এইমছ গুৱাহাটীত পালন কৰা হয় আন্তৰাষ্ট্ৰীয় যোগ দিৱস। অখিল ভাৰতীয় আয়ুৰবিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীৰ চাংসাৰী চৌহদত আজি নৱম আন্তৰাষ্ট্ৰীয় যোগ দিৱস উৎসাহেৰে পালন কৰা হয়। এইমছ গুৱাহাটীৰ শৰীৰ ক্ৰিয়া বিজ্ঞান (ফিজিঅলজী) বিভাগৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি এইমছ গুৱাহাটীৰ কাৰ্যকৰী সঞ্চালক অশোক পূৰাণিকে যোগক আমাৰ দৈনন্দিন জীৱনত সন্নিৱিষ্ট কৰাৰ ওপৰত […]