নিউজ ডেস্ক: কামৰূপ জিলাৰ চাংসাৰিত নিৰ্মীয়মান সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান (AIIMS)-ৰ সপ্তম মহলাৰ পৰা পৰি এজন চিকিৎসকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নিৰ্মাণকাৰ্যত নিয়োজিত শ্ৰমিকে ডাঙৰকৈ ওপৰৰ পৰা কিবা এটা পৰাৰ শব্দ শুনি লৰালৰিকৈ সেই স্থানত গৈ চিকিৎসকজনক তেজত লুতুৰি-পুতুৰি হৈ পৰি থকা দেখা পায়। চিকিৎসকজনক ততাতৈয়াকৈ ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ […]