গুৱাহাটী: ডিমাছা জনগোষ্ঠীক ভূলকৈ উপস্থাপন কৰাৰ অভিযোগত আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত শেহতীয়াকৈ ছবি ‘চেমখৰ’ বিতৰ্কৰ মাজত সোমাই পৰিছে। ইতিমধ্যে ডিমা হাছাও জিলাৰ বিভিন্ন দল-সংগঠনে চলচ্চিত্ৰখনক লৈ তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ছবিখনৰ বিৰুদ্ধে ডিমাছা জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে বিবৃতি প্ৰকাশ কৰি থকাৰ মাজতে জনগোষ্ঠিটোৰ এজন নেতাই অলপতে পৰিচালক আইমী বৰুৱাৰ বিৰুদ্ধে হাফলং আৰক্ষী থানাত এখন এজাহাৰ […]