Posted inদেশ-বিদেশ

১জুনৰ পৰা বৃদ্ধি পাব বিমানৰ ভাড়া

নিউজ ডেস্কঃ দেশৰ কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিমান যাত্ৰাৰ ক্ষেত্ৰত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে এক চৰকাৰী নিৰ্দেশ অনুসৰি টিকটৰ নুন্যতম মূল্য ১৩ ৰ পৰা ১৬ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ১ জুন, ২০২১ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব বিমানৰ ভাড়া। বৰ্তমান ঘৰুৱা বিমানৰ টিকটৰ নুন্যতম মূল্য হৈছে ২,২০০-৭,২০০ টকা আৰু […]