Posted inদেশ-বিদেশ

এয়াৰ ইণ্ডিয়ালৈ নতুন ৪৭০ খন বিমান

নিউজ ডেস্কঃ টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াৰ এটা অংশৰ শ্বেয়াৰ ক্ৰয়ৰ পিছেতেই বৃহস্পতিবাৰে কোম্পানীটোৱে এক বৃহৎ ঘোষণা কৰে। ১৬ বছৰৰ পিছত বিমান কোম্পানীটোৱে অত্যাধুনিক নতুন ৪৭০ খন বিমান কিনিবলৈ গৈ আছে। এয়াৰ ইণ্ডিয়াই ফ্ৰান্সৰ এয়াৰবাছ আৰু ইউৰোপৰ বয়িঙ কোম্পানীৰ সৈতে প্ৰায় ৮০ আৰৱ ডলাৰত এই মহাচুক্তি সম্পন্ন হ’বলৈ গৈ আছে। ৪৭০ খন বিমানৰ ভিতৰত এয়াৰবাছৰ পৰা […]