Posted inদেশ-বিদেশ

Muscat Airportত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত অগ্নিকাণ্ড

নিউজ ডেস্কঃ Muscat Airportত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত অগ্নিকাণ্ড। ৰাণৱে’ত বিমানখনৰ পৰা হঠাতে ধোঁৱা ওলোৱাৰ পিছত বিমানখনত থকা সকলো যাত্ৰীৰ মাজত হুৱাদুৱা লাগে। বিমানখনত আছিল ১৪৫ গৰাকী যাত্ৰী। বিমানখনত চাৰিটা নৱজাতকো আছিল। অৱশ্যে এই ঘটনাত কোনো যাত্ৰী আহত হোৱা নাই। বিমানখন উৰা মৰাৰ কিছু সময়ৰ পূৰ্বে বিমানখনৰ ১নং ইঞ্জিনৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল। লগে […]