নিউজ ডেস্ক : উত্তৰ-পূবৰ ভিতৰতে গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলে আটাইতকৈ প্ৰদূষিত বায়ু সেৱন কৰে। দিল্লীস্থিত থিং টেংক Centre for Science and Environment -ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। উক্ত প্ৰতিবেদনৰ মতে গুৱাহাটীৰ বায়ুৰ গুণগত মান উত্তৰ-পূবৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত। চলিত বৰ্ষত (৩০ নৱেম্বৰ পৰ্য্যন্ত) গুৱাহাটীৰ PM2.5 গড় স্তৰ ইতিমধ্যে ২০১৯ চনৰ বাৰ্ষিক গড় স্তৰ অতিক্ৰম […]