Posted inক্ৰীড়া

Airthings Masters: ১৬বছৰীয়া প্ৰজ্ঞানন্ধাই পৰাজিত কৰিলে বিশ্বৰ ১নং দবা খেলুৱৈক

নিউজ ডেস্কঃ বয়স মাত্ৰ ১৬ বছৰ। এই বয়সতে বিশ্বৰ ১নং দবা খেলুৱৈ  মেগনাচ কাৰ্লচেনক পৰাজিত কৰি চমক সৃষ্টি কৰিলে ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ আৰ প্ৰজ্ঞানন্ধাই। Airthings Masters এখন অনলাইন দবা প্ৰতিযোগিতা। Airthings Masters ৰ অষ্টম ৰাউণ্ডতে প্ৰজ্ঞানন্ধাই বিশ্ব চেম্পিয়ন মেগনাচ কাৰ্লচেনক ৩৯টা চালত পৰাস্ত কৰে। Airthings Masters হৈছে ১৬জন খেলুৱৈৰ এক অনলাইন ৰেপিড টুৰ্ণামেণ্ট য’ত […]