Posted inঅসম

খেলো ইণ্ডিয়া ভাৰোত্তোলনত অসমৰ আইশু বৰুৱাৰ ৰূপৰ পদক

নিউজ ডেস্কঃ খেলো ইণ্ডিয়া মহিলা ভাৰোত্তোলনত প্ৰতিযোগিতাত অসমৰ জয়যাত্ৰাৰ অব্যাহত আছে। বৃহস্পতিবাৰে অসমৰ আইশু বৰুৱাই ও আজৰি আনিলে ৰূপৰ পদক। ৮১ কেজি শাখাত য়েটছত ৪৫ কেজি, ক্লিন এণ্ড জার্কত ৫৫ কেজি সহ মুঠ ১০০ কেজি উত্তোলন কৰি ৰূপৰ পদক দখল কৰিবলৈ সমৰ্থ হয় অসমৰ খেলুৱৈ গৰাকী। উল্লেখযোগ্য যে, খেলো ইণ্ডিয়া মহিলা ভাৰোত্তোলনত প্ৰতিযোগিতাত অসমৰ দিতিমণি […]