Posted inদেশ-বিদেশ

পানামা পেপাৰ্ছ কাণ্ড; Enforcement Directorateৰ কাৰ্য্যালয়ত হাজিৰ ঐশ্বৰ্য্য ৰায়

নিউজ ডেস্ক : পানামা পেপাৰ্ছৰ সৈতে জড়িত গোচৰত তিনিবাৰকৈ চমন লাভ কৰাৰ পিছত অৱশেষত Enforcement Directorate (ই ডি)-ৰ কাৰ্য্যালয়ত হাজিৰ হ’ল বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য্য ৰায়। ৪৮ বছৰীয়া অভিনেত্ৰী গৰাকীক আইন বলৱৎকাৰী সঞ্চালকালয়ে তেওঁৰ বিৰুদ্ধে বিদেশত ক’লা ধন জমা ৰখা অভিযোগ সম্পৰ্কত সোধ-পোছ কৰে। অভিনেত্ৰী গৰাকীক ইয়াৰ পূৰ্বেও চমন জাৰি কৰা হৈছিল যদিও তেওঁ দুবাৰকৈ ইয়াক […]