Posted inঅসম

বেদলকাৰীক উচ্ছেদ কৰাক লৈ খৰ্গহস্ত হৈ পৰিছে কংগ্ৰেছ, এ আই ইউ ডি এফ নেতা

নতুন ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ পিছৰে পৰা অবৈধ ভাবে বেদখল কৰি অহা ভুমিৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰিছে | জামুগুৰিহাটত প্ৰথম অভিযান আৰম্ভ কৰাৰ পিছৰে পৰা চৰকাৰৰ এই অভিযানৰ বিৰুদ্ধে সোচ্চাৰ হৈ আহিছে বিৰোধী কংগ্ৰেছ আৰু এআই ইউডিএফ দলৰ নেতা । বৰপেটাৰ সাংসদ আব্দুল খালেকে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া মতে, “প্ৰতিটো উচ্ছেদ অভিযানে নতুন বেদখলৰ বাট […]