Posted inঅসম

ৰাজ্য সভাৰ নিৰ্বাচনত এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াব AIUDFএ

ৰাজ্যসভাৰ নিৰ্বাচনত এইবাৰ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লৈছে AIUDFএ। ৰাজ্যসভা সন্দৰ্ভত AIUDFৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। ছিৰাজুদ্দিন আজমলৰ বিধায়ক আৱাসত হোৱা এই বৈঠকত এই সিদ্ধান্ত লোৱা হয়।সাংসদ বদৰুদ্দিন আজমলে AIUDFৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনালে কংগ্ৰেছক।বিৰোধী একত্ৰিত নহ’লে পিছত চিন্তা কৰা হ’ব বুলিও সাংসদ বদৰুদ্দিনে মন্তব্য কৰে। শ্বেৰমান আলী সন্দৰ্ভতো মন্তব্য কৰি আজমলে কয়, ‘AIUDFলৈ […]