Posted inNews

উদয়পুৰৰ হত্যাকাণ্ড ঘটনাক তীব্র ভাষাৰে গৰিহণা বদৰুদ্দিন আজমলৰ

গুৱাহাটী : দেশজুৰি জোঁকাৰণি তােলা উদয়পুৰৰ কানহাইয়া লালৰ লােমহর্ষক হত্যাকাণ্ডৰ ঘটনাক তীব্র ভাষাৰে গৰিহণা দিছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আজমলে কয় “উদয়পুৰৰ ভয়ংকৰ কাণ্ডক মই তীব্র ভাষাৰে গৰিহণা দিছোঁ, কাৰণ ই অইছলামিক, অমানৱীয়, নিষ্ঠুৰ প্ৰকৃতিৰ আৰু সভ্য সমাজত গ্রহণযােগ্য নহয়। […]