Posted inঅসম

এআইইউডিএফৰ জিলা পৰিষদৰ সদস্যৰ বিজেপিত যোগদান

মানকাচৰ : এআইইউডিএফৰ জিলা পৰিষদৰ সদস্যৰ বিজেপিত যোগদান। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ এআইইউডিএফ দলৰ জিলা পৰিষদৰ সদস্যই বিজেপিত যোগদান কৰিলে। দক্ষিণ শালমাৰাৰ এআইইউডিএফৰ নেতা তথা জিলা পৰিষদ সদস্য ডঃ জাকিৰ হুছেইনৰ বিজেপিত যোগদান। দক্ষিণ শালমাৰাত আৰাম্ভ হৈছে এআইইউডিএফত খহনীয়া।ইতিমধ্যে দক্ষিণ শালমাৰাৰ বহু এআইইউডিএফ নেতা-কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে দেওবাৰে ফকিৰগঞ্জ বিজেপি […]