Posted inঅসম

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ডায়েলাইছিছ কেন্দ্ৰ মুকলি

গোলাঘাট : ৰাজ্য চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যসূচীৰ অধীনত এটা অত্যাধুনিক ডায়লাইছিছ কেন্দ্ৰ মুকলি কৰে । এই কেন্দ্ৰটোত এদিনত তিনিটা শ্বিফ্টত ছজনকৈ মুঠ ১৮ জন ৰোগীক সম্পূৰ্ণ বিনামূলীয়াকৈ ডায়লাইছিছ সেৱা প্ৰদানৰ সুবিধা থাকিব । মন্ত্ৰীগৰাকীয়ে এই কেন্দ্ৰটোৰ পৰা জিলাখনৰ দৰিদ্ৰ […]