নিউজ ডেস্কঃ অজয় দেৱগনৰ আপকামিং থ্ৰিলাৰ চিনেমা ‘দৃশ্যম ২’ ৰ টিজাৰ বৃহস্পতিবাৰে মুকলি কৰা হ’ল। চলচ্চিত্ৰখন অভিনেতাজনৰ ২০১৫ চনত মুক্তিলাভ কৰা জনপ্ৰিয় চিনেমা ‘দৃশ্যম’ৰ ছিকুৱেল আৰু যোৱা বছৰ মুক্তি লাভ কৰা মোহনলালৰ মালায়ালম চিনেমাখনৰ ৰিমেক। পূৰ্বে মুক্তিলাভ কৰা দৃশ্যমৰ পুনৰাবৃত্তি হ’ব ‘দৃশ্যম২’ত। দৃশ্যম ২০১৫ চনত মুক্তি লাভ কৰিছিল। অজয় দেৱগনক চিনেমাখনত মুখ্য চৰিত্ৰত দেখা গৈছিল […]