Posted inদেশ-বিদেশ

১৪ দিনৰ লকডাউনৰ পোষকতা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

দেশৰ ক’ভিড পৰিস্থিতিৰ ভয়াবহতাৰ ৰূপ দেখি ১৪ দিনৰ লকডাউনৰ পোষকতা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ । ৰাজ্য চৰকাৰসমূহক এইক্ষেত্ৰত নিজ নিজ ৰাজ্যৰ পৰিস্থিতি অনুকুলে ব্যবস্থা লবলৈ পৰামৰ্শ দিছে গৃহ মন্ত্ৰালয়ে । ৰাজ্য চৰকাৰসমূহলৈ কেন্দ্ৰীয় গৃহ সচিবে লিখা পত্ৰত কোৰোনাৰ সংক্ৰমন ৰোধ কৰাৰ ক্ষেত্ৰত ১৪ দিনৰ বাবে লকডাউনৰো পোষকতা কৰা হৈছে । প্ৰয়োজনত নৈশ সান্ধ্য আইনৰ কথাও উল্লেখ […]