Posted inৰাজনীতি

গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ কাৰ্যকাল এবছৰ বৃদ্ধি

কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ কাৰ্যকাল আৰু এবছৰৰ সম্প্ৰসাৰণ কৰা হৈছে। তেওঁৰ কাৰ্যকাল চলিত বৰ্ষৰ ২২ আগষ্টত শেষ হ’লহেতেন।