Posted inঅসম

অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰীত জড়িত ৪ বিষয়াক নিলম্বন

নিউজ ডেস্কঃ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংৰাৰীত জড়িত ৪ জন বিষয়াক নিলম্বন ৰাজ্য চৰকাৰ। বৰপেটাৰ ৩ টা পথ নিৰ্মাণ বাবে MPLAD ৰ অধীনত ২৮ লাখ টকা আৱণ্টন হৈছিল। কিন্তু পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহওঁতেই ভুৱা বিল দাখিল কৰি আৱণ্টিত ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছিল। মুখ্যমন্ত্ৰীৰ বিশেষ তদৰাকী কোষৰ প্ৰতিবেদনৰ ভিত্তিতেই শনিবাৰে […]