Posted inঅসম

হোজাইত দুখীয়া দৰিদ্ৰ ৰাইজৰ বাবে আইনী সাহাৰ্য শিবিৰ

হোজাই : হোজাইৰ আজমল আইন মহাবিদ্যালয়ত বিনামুলীয়া আইনী সাহায্য শিৱিৰ৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাত তথা আজমল আইন মহাবিদ্যালয়ৰ আইনী সহায় কোষৰ সহযোগত ৰূপায়ন কৰা হয় এই আইনী সাহায্য শিৱিৰ৷ বিনামুলীয়া আইনী সাহায্য শিৱিৰৰ জৰিয়তে হোজাইৰ তিনি শতাধিক লোকক আইনী পৰামৰ্শ প্ৰদান কৰা হয়৷ এই শিবিৰৰ জৰিয়তে বিভিন্ন গোচৰত ন্যায় লাভ নকৰা একাংশ লোককো আইনী […]