Posted inৰাজনীতি

গুৱাহাটী পৌৰনিগম নিৰ্বাচন: মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দশ

গুৱাহাটী: আগন্তুক গুৱাহাটী পৌৰনিগম নিৰ্বাচনৰ বাবে চলি থকা প্ৰচাৰত নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে তদন্তৰ নিৰ্দেশ দিছে। ৰাজ্যিক নিৰ্বাচন আয়োগে কামৰূপ মহানগৰৰ উপায়ুক্ত পল্লৱ গোপান ঝাক তদন্তৰ দায়িত্ব অৰ্পন কৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগে উপায়ুক্ত গৰাকীলৈ প্ৰেৰণ কৰা এখন পত্ৰত অসম জাতীয় পৰিষদে দাখিল কৰা এক […]