লখিমপুৰ,ধেমাজিঃ বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰত নগৰৰ খেলমাটিত আৰু ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ত ইংৰাজীত পাঠদান কৰাৰ চৰকাৰী সিদ্ধান্ত বাতিল কৰা, প্ৰতিটো শ্ৰেণীৰ বিপৰীতে এজনকৈ শিক্ষক নিয়োগ কৰা, বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠানৰ পৰা সকলো চৰকাৰী […]