Posted inঅসম

আন্তঃৰাজ্য পাৰপত্ৰ অসমত বলৱৎ কৰাৰ লক্ষ্যৰে বাইচাইকেল যাত্ৰা কৰা দুই যুৱকক আদৰণী

ধেমাজিঃ আন্তঃৰাজ্যিক পাৰপত্ৰ অসমত বলৱৎ কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমত বাইচাইকেল যাত্ৰা কৰা দুই যুৱক অনুপম বেজবৰুৱা আৰু আখটাব ৰহমানক উষ্ম আদৰণী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা বিগত কিছুদিনৰ পূৰ্বে যুৱ ছাত্ৰ পৰিষদৰ সদস্যৰ দ্বাৰা সজাগতা মূলক যাত্ৰা কৰা উক্ত বাইচাইকেল যাত্ৰা আজি […]