নিউজ ডেস্ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ এদিন পূৰ্বে সংবাদমেল সম্বোধন কৰি শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে নিৰ্বাচনৰ পূৰ্বে গৃহমন্ত্ৰীগৰাকী আৰু প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিসমূহৰ ওপৰত আলোকপাত কৰে। গগৈয়ে কয় যে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত ১০টা প্ৰতিশ্ৰুতি আগবঢ়াইছে। অখিল গগৈয়ে কয় যে বিজেপিয়ে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু লগতে ৰাজ্যখনক […]
Tag: Akhil Gogoi
Posted inঅসম