সমাজবাদী পাৰ্টীৰ পিতৃপুৰুষ মুলায়ম সিং যাদৱৰ আজি কিছুসময় পূৰ্বে মৃত্যু হয়। ৮২ বছৰীয়া মুলায়মক প্ৰস্ৰাৱৰ সংক্ৰমণৰ বাবে ২৬ ছেপ্টেম্বৰৰ পৰা গুৰুগ্ৰামৰ মেদন্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।