নিউজ ডেস্ক: বিশ্ব বিখ্যাত The Lancet জাৰ্নল প্ৰকাশিত এক অধ্যয়ন অনুসৰি, মধ্যবয়স্ক বা বয়সস্থ লোকসকলৰ তুলনাত কম বয়সৰ লোকসকলৰ ক্ষেত্ৰত সুৰা সেৱনৰ ফলত স্বাস্থ্যৰ অধিক ক্ষতি হোৱাৰ সম্ভাৱনা ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। উক্ত অধ্যয়নৰ মতে সমগ্ৰ বিশ্বতে ১৫-ৰ পৰা ৩৯ বছৰ বয়সৰ পুৰষৰ মদ্যপানৰ ফলত স্বাস্থ্যৰ হানি হোৱা সম্ভৱানা আটাইতকৈ বেছি। আনহাতে, অধ্যয়নটোৰ মতে ৪০ […]