Posted inঅসম

গোলাঘাটৰ নামটেমেৰাত আলি আয়ে লৃগাং; মন্ত্ৰী অতুল বৰাৰ নৃত্য

কমাৰগাঁও, চন্দন বৰা: সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ মহুৰামুখত আজি মিচিংসকলে তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ “আলি আয়ে লৃগাং” উদযাপন কৰে। মহুৰামুখ অঞ্চলৰ চাৰিখন মিচিং অধ্যুষিত গাঁও পঞ্চায়ত দিচৈ, উত্তৰ মহুৰা, দুসুঁতি আৰু গুলুং টেমেৰাৰ মিচিং ৰাইজে নামটেমেৰা গাঁও খেল পথাৰত দিনযোৰা বনাঢ্য কাৰ্যসূচীৰে আলি আয়ে লৃগাং উদযাপন কৰে। লৃগাং উপলক্ষে ঐয়নিতম আৰু গুমৰাগ নৃত্যত আত্মহাৰা হৈ […]