নিউজ ডেস্কঃ মঙলবাৰে আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰক উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰ প্ৰৱেশত বাধা দিলে বজৰং দলে। ৰণবীৰ কাপুৰৰ এটা পুৰণি সাক্ষাৎকাৰ পোহৰলৈ অহাৰ পিছত এই প্ৰতিবাদ আৰম্ভ হয়। ৰণবীৰ কাপুৰে ২০১১ চনতে কৈছিল যে তেওঁ এজন গোমাংস প্ৰেমী। তেওঁৰ ছবি ‘Rockstar’ প্ৰচাৰৰ সময়ত তেওঁ কৈছিল, “মোৰ পৰিয়াল পেছোৱাৰৰ, সেয়েহে আমাৰ পৰিয়ালত পেছাৱাৰী খাদ্য এতিয়াও প্ৰচলিত। […]