Posted inঅসম

৯ দফীয়া দাবীৰ সমৰ্থনত মঙলদৈত আমছুৰ অৱস্থান ধৰ্মঘট

মঙলদৈ: ৰাজ্যৰ আন জিলাসমূহৰ লগতে দৰঙতো আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)-এ বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ দৰং জিলা আমছুৰ উদ্যোগত মঙলদৈ খাৰুপেতিয়া বাছ ষ্টেণ্ডত সংগঠনটোৱে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে মূল্যবৃদ্ধি ৰোধ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি অভিযোগ কৰি সংগঠনটোৱে শীঘ্ৰে চৰকাৰক মূল্যবৃদ্ধি […]