গুৱাহাটীঃ তৃতীয় লিংগৰ লোকসকলক সমাজত প্ৰায় বৈষম্যমূলক দৃষ্টিৰে চোৱা হয়। যাৰ বাবে যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোক মুক্ত মনেৰে আগবাঢ়ি অহাত নানা বাধাৰ সন্মুখীন হ’বলগীয়া হয়। ৰাজ্যখনৰ তৃতীয় লিংগৰ সম্প্ৰদায়ক শক্তিশালী কৰিবলৈ আৰু তেওঁলোকক উদ্যোগী কৰি তুলিবলৈ কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনৰ সহযোগত অল আসাম ট্ৰেন্সজেণ্ডাৰ এছ’চিয়েশ্যনৰ অধীনত সোমবাৰে গুৱাহাটীত মুকলি কৰা হ’ল প্ৰথমখন তৃতীয় লিংগৰ সম্প্ৰদায়ৰ লোকৰ […]