মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আজি হ’ল ‘মন কী বাত’ৰ শততম খণ্ড। মই আপোনালোক সকলোৰে পৰা হাজাৰ হাজাৰ চিঠি পাইছো, লাখ লাখ বাৰ্তা… আৰু মই যিমান সম্ভৱ সিমানবোৰ চিঠি পঢ়িবলৈ চেষ্টা কৰিছো, সেইবোৰ চাইছো আৰু বাৰ্তাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিছো। বহুবাৰ আপোনালোকৰ চিঠিবোৰ পঢ়ি থাকোঁতে, মই আৱেগিক হৈ পৰিছিলো,মন আৱেগেৰে ভৰি পৰিছিল আৰু তাৰ পিছত নিজকে […]