Posted inঅসম

দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুন কৰোনাত আক্ৰান্ত

নিউজ ডেস্কঃ দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। অভিনেতাজনে বুধবাৰে টুইটাৰৰ জৰিয়তে এই কথা জানিবলৈ দিয়াৰ লগতে তেওঁ ঘৰতেই কোৱাৰেণ্টাইন হৈ থকাৰ কথা শুভাকাংক্ষীসকলক অৱগত কৰে। তেওঁ কয়, ‘মই কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছো। মই নিজকে আইচ’লেচনত ৰাখিছো। শেহতীয়াকৈ যিসকল মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকে যাতে কভিড টেষ্ট কৰে। সকলো নিয়ম পালন কৰি […]