নিউজ ডেস্কঃ বুধবাৰে AltNews-ৰ সহ প্ৰতিষ্ঠাতা মহম্মদ জুবেইৰক উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ত জামিন আবেদন কৰিছিল মহম্মদ জুবেইৰে। সেই আবেদনক সঁহাৰি জনাই বুধবাৰে সন্ধিয়া ৬বজাত মহম্মদ জুবেইৰক মুকলি কৰাৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, সূৰ্যকান্ত আৰু এ এছ বোপান্নাই কৈছিল যে জুবেইৰক জামিনত মুক্তি দিয়া হ’ব। জুবেইৰে পাটিয়ালা হাউচ আদালতত […]