Posted inদেশ-বিদেশ

নতুন ৰূপত ঘূৰি আহিবলৈ সাজু ‘অভিজাতৰ বাহন’ অ্যাম্বাসাডৰ

নিউজ ডেস্ক: অ্যাম্বাসাডৰ, এটা স্মৃতিজড়িত চিনাকী নাম। এসময়ত অভিজাত শ্ৰেণীটোৰ গাম্ভীৰ্য্যৰ প্ৰতীক আছিল এই অ্যাম্বাসাডৰ গাড়ী। কিন্তু আজি আৰু সেই দিন নাই, এতিয়া বজাৰ ভৰি পৰিছে অত্যাধুনিক ব্যয়বহুল বিলাসী গাড়ীৰে। ইয়াৰ মাজতে পুনৰ এবাৰ নতুন ৰূপত ঘূৰি আহিবলৈ সাজু হৈছে এই ‘ৰাজকীয়’ গাড়ীখন। অৱশ্যে এইবাৰ অ্যাম্বাসাডৰক আগৰ দৰে নহয়, ইলেক্ট্ৰিক ভাৰ্জনত দেখিবলৈ পোৱা যাব। বিভিন্ন […]