নিউজ ডেস্কঃ হিন্দু ধৰ্মৰ এক বাৰ্ষিক উৎসৱ অম্বুবাচী। বিভিন্ন আঞ্চলিক ভাষাত অম্বুবাচীক বিভিন্ন নামেৰে জনা যায়। ভাৰতৰ বিভিন্ন ঠাইত অম্বুবাচী উৎসৱক ‘ৰজঃউৎসৱ’ হিচাপেও পালন কৰা হয়। শাস্ত্ৰৰ মতে এই উৎসৱৰ লগত জড়িত হৈ আছে বিভিন্ন ধৰণৰ কাহিনী। হিন্দু শাস্ত্ৰ অথবা বেদত ধৰিত্ৰীক ‘মা’ সম্বোধন কৰা হয়। প্ৰতি বছৰে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ পদত ঋতুমতী […]