Posted inঅসম

তিনিচুকীয়াত এম্বুলেন্স সেৱা মুকলি

তিনিচুকীয়া: তিনিচুকীয়া জিলাত কোৰোনা ভাইৰাছৰ বিৰুদ্ধে হৈ থকা যুজঁত জৰুৰীকালীন সেৱা আগবঢ়াবলৈ বৃহস্পতিবাৰে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত তথা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সহযোগিতাত এখন এম্বুলেন্স আগবঢ়োৱা হয় । সাম্প্ৰতিক সময়ত সমাজৰ সহায়ক হোৱাকৈ এম্বুলেন্স সেৱা মুকলি কৰে। আৰু পঢ়কঃচিৰাঙত ব্ৰিটেইনৰ পৰা অনা অক্সিজেন উৎপাদনকাৰী প্লান্ট স্থাপন তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত এম্বুলেন্স খনৰ ফিটা কাটি […]