নিউজ ডেস্ক: বিষাক্ত কাঠফুলা খোৱাৰ ফলত পুনৰ ৰাজ্যত মৃত্যু হ’ল চাৰিজনকৈ লোকৰ। কাঠফুলা খাই অসুস্থ হৈ পৰা শিশু আৰু মহিলাসহ চাৰিজন লোকে সোমবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাবটি লয়। নিহতসকলক ৰিমা কৰ্মকাৰ (৩৫ বছৰ), তেওঁৰ ১০ বছৰীয়া পুত্ৰ অজয় কৰ্মকাৰ, ৩২ বছৰীয়া জোনাকি প্ৰজা আৰু ১২ বছৰীয়া চয়নিকা কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত […]