Posted inNews

প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে সাংবাদিকক ধৰ্ষণৰ অভিযোগ

নিউজ ডেস্ক: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ। এইবাৰ তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিলে যুক্তৰাষ্ট্ৰৰ এগৰাকী সাংবাদিক তথা বিশিষ্ট প্ৰবন্ধকাৰে। পৰ্ণতাৰকা ষ্টৰ্মি ডানিয়েলে উত্থাপন কৰা অভিযোগ প্ৰমাণ হোৱাত ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ কৰি জামিনত মুক্তি দিয়া হৈছিল। অৱশ্যে তেওঁক প্ৰতীকি ভাৱেহে গ্ৰেপ্তাৰ কৰা হৈছিল। সেই বিতৰ্ক মাৰ নাযাঁওতেই এইবাৰ তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা […]