Posted inদেশ-বিদেশ

ফেক্টৰীত কাম কৰি থকা অৱস্থাত মেচিনৰ পৰা পিছলি যুৱতীৰ মৃত্যু

নিউজ ডেস্কঃ ফেক্টৰীত কাম কৰা লোকসকলৰ জীৱন সদায় বিপদসংকুল। কোন সময়ত কেতিয়া বিপদৰ সন্মুখীন হৈ মৃত্যুৰ কাৰণ হৈ পৰিব পাৰে সেইয়া কোনেও ভাবিব নোৱাৰে। তেনে এক ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থ কেৰোলিনাৰ ‘অটোমেটিক ৰোলছ’ নামৰ ব্ৰেড ফেক্টৰীটোত। ২২ বছৰীয়া বিবিয়ানা আৰেলানো ডেলাব্ৰা নামৰ এগৰাকী যুৱতী ফেক্টৰীটোত কাম কৰি থকা অৱস্থাতে মেছিনৰ পৰা পিছলি মৃত্যুক […]