Posted inNews

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰাণ হেৰুৱালে এজন কৰ্মচাৰীয়ে

শিৱসাগৰ জিলাৰ আমগুৰি বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে কৰুণ মৃত্যুক সাবতি ল’ব লগা হয় এজন ব্যক্তিয়ে। বিদ্যুৎ বিভাগৰ ট্ৰান্সফৰ্মাৰত লাগি এজন অস্থায়ী কৰ্মচাৰীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটাত এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যুৎ বিভাগৰ এগৰাকী স্থায়ী কৰ্মচাৰীৰ লগত অস্থায়ী কৰ্মচাৰী গৌতম গগৈ নামৰ যুৱকজনে লালিম চাপৰিত এটা ট্ৰান্সফৰ্মাৰৰ মেৰামতিৰ কৰি থকা  অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যুক […]