অমিনগাঁও : দিব্যাঙ্গৰ মৰ্য্যাদাপূৰ্ণ জীৱন, অসম চৰকাৰৰ অন্যতম পণ। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত তথা এলিমকো (ALIMCO) আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আজি আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ ‘আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস উদযাপন’ আৰু ‘সামাজিক অধিকাৰিতা শিবিৰ’ৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। সমাজ […]
Tag: Amingaon
Posted inঅসম