Posted inঅসম

বলীউড অভিনেতা আমিৰ খানক অসমলৈ আহিবলৈ বাধা দিলে মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্কঃ মুক্তিলাভ কৰাৰ পূৰ্বেই চৰ্চাত আছে আমিৰ খানৰ নতুন চিনেমা লাল সিং চড্ডা। চিনেমাখনৰ প্ৰচাৰৰ বাবে এই সপ্তাহতে অসমলৈ অহাৰ কথা আছিল বলিউড অভিনেতাগৰাকী। পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ ৰক্ষা কৰি অসম ভ্ৰমণ স্থগিত ৰাখিবলগীয়া হ’ল বলীউড ছুপাৰষ্টাৰ আমিৰ খানে। অভিনেতাগৰাকীৰ আগমনে স্বাধীনতা দিৱস উদযাপনত যাতে বাধাৰ সৃষ্টি নহয় তাৰবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ভ্ৰমণ […]