নিউজ ডেস্কঃ কৰোনাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে সংহাৰী ৰূপ ধাৰণ কৰিছে। দেশত লক্ষাধিকলোক নিৰন্তৰ এই মহামাৰীৰ লগত যুঁজি আছে। এই ক্ষেত্ৰত সাধাৰণ জনসাধাৰণক সহায়ৰ বাবে বহু কেইগৰাকী চেলিব্ৰিটি আগবাঢ়ি আহিছে । এই কঠিন সময়ত এইবাৰ সাধাৰণ জনতাৰ কাষত থিয় দিবলৈ আগবাঢ়ি আহিছে অভিনেতা অমিতাভ বচ্চন। মহামাৰী কৰোনাৰ লগত মোকাবিলা কৰিবলৈ অমিতাভ বচ্চনে দিল্লীৰ ৰাকাব গঞ্জৰ […]