Posted inমনোৰঞ্জন

কৰোনা আক্ৰান্তৰ বাবে দুই কোটি টকাৰ সাহাৰ্য্য আগবঢ়ালে বিগ বিয়ে

নিউজ ডেস্কঃ কৰোনাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে সংহাৰী ৰূপ ধাৰণ কৰিছে। দেশত লক্ষাধিকলোক নিৰন্তৰ এই মহামাৰীৰ লগত যুঁজি আছে। এই ক্ষেত্ৰত সাধাৰণ জনসাধাৰণক সহায়ৰ বাবে বহু কেইগৰাকী চেলিব্ৰিটি আগবাঢ়ি আহিছে । এই কঠিন সময়ত এইবাৰ সাধাৰণ জনতাৰ কাষত থিয় দিবলৈ আগবাঢ়ি আহিছে অভিনেতা অমিতাভ বচ্চন। মহামাৰী কৰোনাৰ লগত মোকাবিলা কৰিবলৈ অমিতাভ বচ্চনে দিল্লীৰ ৰাকাব গঞ্জৰ […]