Posted inক্ৰীড়া

দেশৰ দ্ৰুততম মানৱ; অসম সন্তান অম্লান বৰগোহাঁইৰ নতুন অভিলেখ

নিউজ ডেস্ক: অসমৰ প্ৰতিভাসম্পন্ন তৰুণ এথলীট অম্লান বৰগোহাঁয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই ৰাষ্ট্ৰীয় অভিলেখ স্থাপন জৰিয়তে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। সোমবাৰে উত্তৰ-প্ৰদেশৰ ৰায় বৰেলীত অনুষ্ঠিত হোৱা ৮৭ সংখ্যক ইন্টাৰ ৰে’লৱে এথলেটিকচ চেম্পিয়নশ্বিপত অম্লানে মাত্ৰ ১০.২৫ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ সমাপ্ত কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে। ২৪ বছৰীয়া অম্লানে অমিয় কুমাৰ মালিকৰ […]