নিউজ ডেস্ক- ডিব্ৰুগড়ত উপস্থিত খালিস্তানী সমৰ্থক অমৃতপাল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰ। আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হোৱাৰ পাছত প্ৰৱেশদ্বাৰত তেওঁলোকৰ নথি-পত্ৰ পৰীক্ষা কৰি অমৃত পাল সিঙক লগ কৰিবলৈ দিয়া হয়। আনহাতে, প্ৰায় ৪৮ দিনৰ মূৰত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী সমৰ্থক অমৃতপল সিঙৰ পত্নীয়ে সাক্ষাৎ কৰে। তেওঁৰ লগত উপস্থিত হয় […]