বৃহস্পতিবাৰে ‘বাৰিস পঞ্জাৱ দে’ সংগঠনৰ মুৰব্বী অমৃতপালৰ সমৰ্থকসকলে তেওঁলোকৰ এজন সহযোগী লাভপ্ৰীত টুফানক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আজনালা আৰক্ষী থানাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। জানিব পৰা মতে, তেওঁলোকে আজনালা আৰক্ষী থানাৰ সন্মুখত এক হুলস্থূলীয়া পৰিৱেশৰো সৃষ্টি কৰে। আৰু এই সময়ছোৱাতে ছয়জন আৰক্ষী গুৰুতৰভাৱে আহত হয়। ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অমৃতপাল সিঙে পোনপটীয়াকৈ ভাবুকি প্ৰদান […]