ৰাজ্যচৰকাৰৰ অধীনৰ এটা সংস্থা এমট্ৰ’নত এতিয়া দুৰ্নীতি হাতোৰা চলিছে। বৃহস্পতিবাৰে চি আই ডিয়ে আটক কৰিছে এমট্ৰ’নৰ গাণনিক গৰাকী। বিত্তীয় খেলিমেলিৰ বাবেই আটক কৰা হৈছে এমট্ৰ’নৰ গাণনিক ৰাহুল হুজুৰিক। চি আই ডিয়ে চানমাৰি আৰক্ষী থানাৰ সহযোগত আটক কৰে তেওঁক। এমট্ৰ’নৰ একাউণ্টৰ পৰা হেৰাইছে ২. ৫৭ কোটি টকা। বেক অফ মহাৰাষ্ট্ৰত আছিল এমট্ৰনৰ একাউণ্ট। ৮ নৱেম্বৰৰ পৰা […]