নিউজ ডেস্কঃ আজিৰে পৰা বৃদ্ধি পালে আমূল গাখীৰৰ মূল্য। প্ৰতি লিটাৰ আমূল গাখীৰত ২টকাকৈ বৃদ্ধি কৰিলে আমূলে। এই মূল্য সমগ্ৰ দেশতেই প্ৰযোজ্য হ’ব। ‘আমূল টাজা’, ‘শক্তি’, ‘টি-স্পেচিয়েল’, লগতে আমূল ব্ৰেণ্ডৰ সকলো গাখীৰতে এই মূল্য কাৰ্যকৰী হ’ব। লগতে পঢ়কঃযুদ্ধবিধ্বস্ত ইউক্ৰেইনত মৃত্যুক সাবটিলে ভাৰতীয় ছাত্ৰই উল্লেখ্য যে,গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন লিমিটেডে আমূলৰ মূল্য বৃদ্ধিৰ এবছৰ নহওতেই […]